যৌৱনৰ সোৱাদ আৰু মিঠা সোৱঁৰণি…

যৌৱনৰ সোৱাদ আৰু মিঠা সোৱঁৰণি…
মইমা-দেউতাৰ একমাত্ৰ ছোৱালীআছিলো । বৰ্তমানমোৰ বিয়া হৈ এটাসন্তানৰ মাতৃ । মা-দেউতা দুয়ো চাকৰিকৰিছিল । স্কুল-কলেজৰ পৰা অহাৰপাছত মই দুই-তিনিঘণ্টামান প্ৰায়ে অকলে বুঢ়ীআইতাৰ লগত থাকিব লগাহৈছিল । আইতাইকাণেদিও কম শুনিছিল, চকুৰেপ্ৰায় দেখা নোপোৱাৰ নিচিনাইআছিল ।...